Daily Time Axom

মহানগৰীৰ কাহিলিপাৰাত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই সৰ্বশিক্ষাৰ চৌহদত সোমাল চিটীবাছ

49

নিউজ ডেস্ক, ২৬ জুনঃ মহানগৰীৰ কাহিলিপাৰাত ভয়ংকৰ দুৰ্ঘটনা। সৰ্বশিক্ষাৰ চৌহদত সোমাল তীব্ৰবেগী চিটীবাছ। নিয়ন্ত্ৰণ হেৰুৱাই সৰ্বশিক্ষাৰ চৌহদত সোমাল চিটীবাছখন।

দ্ৰুতবেগৰে যোৱা এখন চিটিবাছে মহতিয়াই নিলে আন এখন চিটিবাছক।চিটীবাছখনৰ নম্বৰ AS 01 HC 6049। দুৰ্ঘটনাত আহত হৈছে কেইবাজনো লোক। গুৰুতৰভাৱে আহত দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Comments are closed, but trackbacks and pingbacks are open.