Daily Time Axom

তেজপুৰৰ চানমাৰি ৰে’লগেটত চাঞ্চল্যকৰ হত্যাকাণ্ড

55

নিউজ ডেস্ক, ২৭ জুনঃ তেজপুৰৰ চান্দমাৰী ৰে’ল গেটত চাঞ্চল্যকৰ হত্যাকাণ্ড। বনকৰা মহিলাক গৃহস্থই হত্যা কৰি পুতি থ’লে চৌহদত। ৰাজু আইচ নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই ঘটনা। আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৰাজু আইচে।

আনুমানিক ৩ ৰ পৰা ৪ দিন পূৰ্বে মহিলাগৰাকীক হত্যা কৰি এইদৰে পুতি থৈছিল। লালমাটি আৰক্ষী থানাই ৰাজু আইচক গ্ৰেপ্তাৰ কৰাৰ উপৰিও গাত খান্দি মৃতদেহ উদ্ধাৰ কৰিছে।

Comments are closed, but trackbacks and pingbacks are open.