গীনিজ ৰেকৰ্ডত অংশ লোৱা বিহুৱা-বিহুৱতীক আজি প্ৰদান কৰিব মানপত্ৰ আৰু অনুদান

নিউজ ডেস্ক, ৩০ জুনঃ বিশ্ব অভিলেখ গঢ়া বিহুৱা-বিহুৱতীলৈ চৰকাৰৰ অনুদান। জিলাই জিলাই বিহুৱা–বিহুৱতীক ধন বিতৰণ কৰিব মুখ্যমন্ত্ৰী-মন্ত্ৰীসকলে। আজি তেজপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে বিতৰণ কৰিব অনুদান। প্ৰদান কৰিব মানপত্ৰ আৰু মাননিও। লগতে কেইবাটাও কাৰ্যসূচীত ভাগ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে।

AssamAssamese NewsDaily time axomHimanta Biswa SarmaIndiaTezpur