তামুলপুৰৰ কাউলীত ভয়ংকৰ পথ দুৰ্ঘটনা, বাইক আৰু চাইকেলৰ সংঘৰ্ষত নিহত এজন Assam By dailytimeaxom Last updated Jun 30, 2023 49 Share নিউজ ডেস্ক, ৩০ জুনঃ তামুলপুৰৰ কাউলীত ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু চাইকেলৰ সংঘৰ্ষত নিহত এজন লোক।গুৰুতৰভাৱে আহত হৈছে আন দুজন লোক। নিহত যুৱকজনৰ নাম অজিত সিংহ বুলি জানিব পৰা গৈছে।চিকিৎসাালয়লৈ নিয়াৰ পথতে মৃত্যু হয় যুৱকজনৰ। AccidentAssamAssamese NewsDaily time axomIndiaInjuredTamulpur 49 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail
Comments are closed, but trackbacks and pingbacks are open.