ফ্ৰান্সৰ প্ৰতিবাদ বেলজিয়াম পালেগৈ

ফ্ৰান্সত এজন কিশোৰক ট্ৰেফিক আৰক্ষীয়ে গুলীয়াই হত্যা কৰে। ফলত ব্যাপক প্ৰতিবাদে জোকাৰিছে ফ্ৰান্সক।

অব্যাহত আছে স্বতঃস্ফূৰ্ত প্ৰতিবাদ। এইবাৰ ফ্ৰান্সৰ প্ৰতিবাদ চুবুৰীয়া ৰাষ্ট্ৰ বেলজিয়ামলৈ বিয়পি পৰিছে।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ফ্ৰান্সৰ এই ঘটনাৰ প্ৰতিবাদত চুবুৰীয়া দেশ বেলজিয়ামতো প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। সেই প্ৰতিবাদৰ পৰা দেশৰ আৰক্ষীয়ে ৬৩ জন লোকক গ্ৰেপ্তাৰ কৰিছিল।
বেলজিয়ামৰ এন্নেচি অঞ্চলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ হয়। ইয়াৰ পিছতে আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীক। বৃহস্পতিবাৰে মধ্য ব্ৰাছেলছত সংঘটিত হয় প্ৰতিবাদ।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment