জেকলিনে এটা বিলাসী ঘৰ কিনিলে,”কোনে দিলে”

তেওঁৰ হাতত কোনো ছবি নাই। দুটামান বিজ্ঞাপন আৰু ছলমানৰ সৈতে ডাবাং কৰিলে। বলীউডৰ অভিনেত্ৰী জেকলিনে ক্ৰয় কৰিলে ১২ কোটি টকাৰ বিলাসী বাংলো!

সূত্ৰ অনুসৰি জেকলিনৰ ফ্লেটত আছে অত্যাধুনিক জিম, চুইমিং পুল। জেকলিনে এই ঘৰটো ক্ৰয় কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে নেটিজেনে জেকলিনক ট্ৰল কৰিবলৈ ধৰিছে। কিছুমান নেটিজেনে ভাবে যে গুণ্ডা সুকেশৰ পৰা পোৱা টকাৰে জেকলিনে এই ঘৰটো কিনিছিল।

AssamDaily time axomGuwahatiInternationalNew Delhi
Comments (0)
Add Comment