Daily Time Axom

হাতত চোকা অস্ত্ৰ, ইটোৰ পিছত সিটোকৈ হত্যা প্ৰভাসৰ

0 62

ইখনৰ পিছত সিখনকৈ ছবিখন ফ্লপ । ‘আদিপুৰুষ’ বক্স অফিচত বিপুল ফ্লপ।

অৱশ্যে দক্ষিণৰ তাৰকা প্ৰভাসৰ দাম কমা নাই। ইখনৰ পিছত সিখন ছবিত স্বাক্ষৰ কৰিছে। আৰু এতিয়া চাব একচন অৱতাৰত !

মঙলবাৰে মুক্তি পালে প্ৰভাসৰ নতুন ছবি ছালাৰৰ ফাৰ্ষ্ট লুক। ক’লা-বগা পোষ্টাৰখনত প্ৰভাছৰ হাতত আছে চোকা অস্ত্ৰ। প্ৰভাছে ‘আদিপুৰুষে’ৰ পৰা ৰামৰ অৱতাৰ সম্পূৰ্ণৰূপে পাহৰি আকৌ ‘বাহুবলী’ৰ দৰে হৈ পৰিছে। অহা ৬ জুলাইত মুক্তি পাব ছবিখনৰ টিজাৰ। ছবিখনৰ পৰিচালক প্ৰশান্ত নীল।

Leave A Reply

Your email address will not be published.