Daily Time Axom

কেন্দ্ৰীয় সাংসদ দলৰ পানী প্ৰকল্প পৰিদৰ্শন উত্তৰ গুৱাহাটীত

0 48

উত্তৰ গুৱাহাটীত উপষ্ঠিত হৈছেহি ১৩ জনীয়া সাংসদৰ দল ।

দিল্লীৰ পৰা আহি উপস্থিত হ’ল ৰংমহল পানী যোগান প্ৰকল্পত ।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী সংমণ্ডল অধীনৰ ৰংমহল পানী যোগান প্ৰকল্প পৰিদৰ্শন কৰি বুজ ললে কেন্দ্ৰীয় সাসদৰ দলটিয়ে ।

৩৫ কোটি ব্যয় সাপেক্ষ ৰংমহল পানী যোগান প্ৰকল্পৰ পৰা দৈনিক ৪৫০ কিউবিক মিটাৰ পানী যোগান ধৰা হৈছে এইমছ গুৱাহাটীত।

তামিলনাডুৰ সাংসদ ড• কে জয়া কুমাৰৰ নেতৃত্বত অহা সাংসদীয় টিমৰ লগত সহযোগ কৰে জল জীৱন মিছনৰ অধ্যক্ষ কৈলাশ কাৰ্তিক এনে ।

প্ৰকল্প পৰিদৰ্শন কৰি সাংসদীয় টিমটোৱে প্ৰকাশ কৰে যে উন্নত ফিল্টাৰৰ জৰিয়তে পানী শোধন কৰা হৈছে ।

জল জীবন মিছনৰ সম্পৰ্কত সাংসদীয় টিমে কয় যে আৰম্ভণিতে চালুকীয়া হৈ থকা জল জীবন মিছন এতিয়া ৪৭শতাংশলৈ উন্নীত হৈছে ।

Leave A Reply

Your email address will not be published.