নিউজ ডেস্ক, ৬ জুলাইঃ মেক্সিকোত শোকাৱহ বাছ দুৰ্ঘটনা। বাছ বাগৰি শিশুসহ ২৯ গৰাকীৰ মৃত্যু। নিয়ন্ত্ৰণ হেৰুৱাই ৮০ ফুট দ খাৱৈত বাগৰিল বাছখন।মেক্সিকো চহৰৰ পৰা মিক্সটেকা অভিমুখী আছিল বাছখন।
নিহতসকলৰ ভিতৰত আছে এবছৰীয়া শিশুসহ ১৩ পুৰুষ, ১৩ গৰাকী মহিলা। নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সংকটজনক অৱস্থাত ২০ৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
Comments are closed, but trackbacks and pingbacks are open.