নিউজ ডেস্ক, ৬ জুলাইঃ বুধবাৰে কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰে দিব চাইকেল। ৩,৭৮,০০০ ছাত্ৰ-ছাত্ৰীক দিয়া হ’ব চাইকেল। ইয়াৰ বাবে ধার্য কৰা হৈছে ১৬৮ কোটি টকা। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পাছতে সংবাদমেলত ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।
লগতে কেবিনেটৰ সিদ্ধান্ত অনুসৰি নৱম শ্ৰেণীৰ এই বছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশ পোৱা ছাত্ৰীক আৰু ৭৫ শতাংশ পোৱা ছাত্ৰক স্কুটী দিব।
Comments are closed, but trackbacks and pingbacks are open.