বলীউডৰ কিং শ্বাহৰুখ খানে চাৰিটা দীঘলীয়া বছৰৰ অন্তত ‘পাথান’ চিনেমাখনৰ জৰিয়তে ৰাজকীয় প্ৰত্যাৱৰ্তন ঘটালে। এই ছবিখন বলীউডৰ সৰ্বকালৰ ব্যৱসায়িকভাৱে সফল ছবি হিচাপে পৰিগণিত হৈছে।
শ্বাহৰুখৰ পৰৱৰ্তী চিনেমা ‘জৱান’ আৰু ‘ডাংকি’ চলিত বৰ্ষৰ শেষৰ ফালে মুক্তি পোৱাৰ কথা।
তাৰ আগতে শ্বাহৰুখে দুখন চিনেমাৰ পৰা ৬০০ কোটিৰো অধিক উপাৰ্জন কৰিছিল।
‘জৱান’ আৰু ‘ডাংকি’ চিনেমাৰ ডিজিটেল চেটেলাইট আৰু গীতৰ অধিকাৰ ৬৩৩ কোটি ৩২ লাখ টকাত বিক্ৰী হয়।