প্ৰপত্ৰ আৱেদন চলি আছে IDOL OF ASSAM (VOICE OF ZUBEENS MUSIC), SEASON-1ৰ

শীঘ্ৰেই আৰম্ভ হ’ব শিল্পী জুবিন গাৰ্গৰ গীতকলৈ শিল্পী অনুপম শইকীয়াৰ পৰিচালনাৰে আৰু জেষ্ঠ সাংবাদিক অৱনী বৰুৱাৰ সহপৰিচালনাৰে HD Entertainmentৰ মুখ্য পৰিচালন সঞ্চালক হিৰকজ্যোতি ভূঞা আৰু পৰিচালন সঞ্চালক ডিম্পল বৰুৱাৰ প্ৰযোজনাৰে IDOL OF ASSAM (VOICE OF ZUBEENS MUSIC), SEASON-1. সংগীতৰ এই মহাৰণৰ বাবে ইতিমধ্যে প্ৰপত্ৰ আৱেদন চলি আছে বুলি জানিব পৰা গৈছে। অসমৰ বহুকেইখন জিলাত হ’বলগীয়া অডিচনৰ বাবে আপোনালোকে চাব পাৰে- www.hdentertaintment.in

লগতে যোগাযোগ কৰিব পাৰে ৯৩৬৫৫১৮৬৯০ নম্বৰত।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment