হেঙেৰাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
হেঙেৰাবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ চৌহদত উদ্ধাৰ দুজনকৈ যুৱকৰ মৃতদেহ।
হেঙেৰাবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ চৌহদৰ থকা জংঘলৰ মাজত উদ্ধাৰ হৈছে এই যুৱক দুজনৰ মৃতদেহ।
দুই যুৱকক হত্যা কৰি তাত পেলাই থোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
পাছত ঘটনাস্থলীত উপস্থিত দিছপুৰ আৰক্ষী আৰু CIDৰ দল।