পাঞ্জা খেলত স্থান লাভেৰে মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে ছাত্ৰ বিশাল নাথে

মৰিগাঁও পুলিচ কলনী অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়াৰ যুগল চন্দ্ৰ নাথৰ একমাত্ৰ সন্তান বিশাল নাথ ৫বছৰৰ আগৰে পৰা পাঞ্জা খেলত অংশগ্ৰহণ কৰি অসমৰ বিভিন্ন ঠাইত স্থান লাভ কৰিবলৈ সক্ষম হয় বিশালে ।
7th North east Graduate Congress 2023
75kg শাখা University of Science technology meghalaya ত দ্বিতীয় স্থান লাভ কৰা বিশালে
জাগীৰোড মহাবিদ্যালয়ত প্ৰথম মৰিগাঁও জিলা ARM wrestling championship 2023 মৰিগাঁও মহাবিদ্যালয় ছাত্ৰ বিশাল নাথে প্ৰথম স্থান লাভ কৰি মৰিগাঁও জিলা খনৰ লগতে মৰিগাঁও মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
পাঞ্জা খেলুৱৈ বিশাল নাথ অসমৰ লগতে ভাৰতবৰ্ষ হৈ ক্ৰীড়া জগতত জিলিকি উঠক তাৰে আমাৰ চেনেলৰ তৰফৰ পৰা আশিৱাদ আৰু ভৱিষ্যত উজ্বল কামনা কৰিলো।

মৰিগাঁও পৰা কৃষ্ণ কুমাৰ নাথৰ ৰিপ’ৰ্ট

AssamAssamese NewsbollywoodDaily time axomGuwahatiNew DelhiWorld
Comments (0)
Add Comment