নিউজ ডেস্ক, ১৫ জুলাইঃ চিৰাঙৰ বিৰহাংগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত নিহত এজন লোক।
নিয়ন্ত্রণ হেৰুৱাই পথৰ পৰা দ খাৱৈত বাগৰি পৰে এখন এল্টো বাহন।
বাহনখনৰ ভিতৰত শ্বাসৰুদ্ধ হৈ মৃত্যু লোকজনৰ। পথৰ পৰা দ খাৱৈত এখন অল্টো বাহন বাগৰি পৰাত সুদেম নাৰ্জাৰী নামৰ লোকজনৰ মৃত্যু হয়৷