২০ লাখ টকা মুক্তিপণৰ বাবে অপহৰণ, তিনিজনক ৪৫ বছৰৰ কাৰাদণ্ড

ভুৱা আগ্নেয়াস্ত্ৰ দেখুৱাই অপহৰণ কৰিলে এজন ব্ৰিটিছ ব্যৱসায়ীক। উদ্দেশ্য আছিল ২০ লাখতকৈ অধিক টকা মুক্তিপণ সংগ্ৰহ কৰা। কিন্তু এই সফলতাৰ পিছতো ভাৰতীয় মূলৰ দুজন ভাতৃ আৰু তেওঁলোকৰ এজন সংগী আৰক্ষীৰ জালত পৰিল। সেই দেশৰ এখন আদালতে ব্যৱসায়ীজনক অপহৰণ কৰাৰ দোষী সাব্যস্ত হোৱা তিনিজন লোকক মুঠ ৪৫ বছৰৰ কাৰাদণ্ড বিহে।

Assamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment