নিউজ ডেস্ক, ৭ আগষ্টঃ মহানগৰীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। চন্দ্ৰপুৰত পল্টন বজাৰ আৰক্ষীৰ গুলীত আহত চিলনী চোৰ।চিলনী চোৰটোৰ নাম অৰ্জুন সাহা।
মহিলাৰ চেইন টানি চুৰি কৰিছিল অৰ্জুন সাহাই।বাঁও ভৰিত গুলী লাগিছে চিলনী চোৰটোৰ। সম্প্ৰতি GMCHত ভৰ্তি কৰোৱা হৈছে আহত অৰ্জুন সাহাক।
Comments are closed, but trackbacks and pingbacks are open.