নিউজ ডেস্ক, ৯ আগষ্টঃ গুৱাহাটীত পুনৰ গুলীচালনা। নাৰেংগীত এইবাৰ চিলনী চোৰলৈ আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ হয় আমীৰ আলী নামৰ চোৰটো। আহত আমিৰক ইতিমধ্যে ভৰ্তি কৰা হৈছে জি এম চি এইছত।
উল্লেখ্য যে, মাজনিশা নাৰেংগীত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা। দুদিন পূৰ্বে অজন্তা পথত সংঘটিত হোৱা চুৰি কাণ্ডৰ সৈতে জড়িত আছিল আমিৰ আলী।