Daily Time Axom

মহানগৰীৰ খানাপাৰাত মাজুলীৰ শিক্ষকৰ মৃতদেহ উদ্ধাৰ

40

নিউজ ডেস্ক, ১১ আগষ্টঃ মহানগৰীৰ খানাপাৰাত উদ্ধাৰ এটা মৃতদেহ। প্ৰথমে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত চিনাক্ত কৰিবলৈ সক্ষম হৈছে।

মৃতদেহটো মাজুলীৰ প্ৰণৱ মিলিৰ বুলি চিনাক্ত কৰা হৈছে৷ টেট শিক্ষকৰূপে কৰ্মৰত প্ৰণৱ মিলিক হত্যা কৰাৰ অভিযোগ পত্নীৰ৷

Comments are closed, but trackbacks and pingbacks are open.