খানাপাৰাৰ পেৰেড গ্ৰাউণ্ডত অসুস্থ হৈ মৃত্যুক সাৱটিলে এজন কনিষ্টবলে

নিউজ ডেস্ক, ১২ আগষ্টঃ খানাপাৰা পেৰেড গ্ৰাউণ্ডত এক অঘটন। স্বাধীনতা দিৱসৰ বাবে আৰক্ষীৰ পেৰেড অনুশীলন চলি থকাৰ মাজতে এজন আৰক্ষী কনিষ্টবলৰ মৃত্যু।

কনিষ্টবলজন লখিমপুৰৰ কুকিল দত্ত। কুকিল দত্ত APROৰ কনিষ্টবল আছিল। তেওঁ ২০১৭ Batchত অসম আৰক্ষীত যোগদান কৰিছিল।

জানিব পৰা মতে, পূৰ্বৰ পৰাই হৃদযন্ত্ৰৰ সমস্যাত ভূগি আছিল।কুকিল দত্ত তেজপুৰ সেনা চাওনিৰ কনিষ্টবল আছিল।

AssamAssam PoliceAssamese NewsDaily time axomDeathGuwahatiIndia