স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ বিশেষ সন্মান

নিউজ ডেস্ক, ১২ আগষ্টঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ মুঠ ১৪০ গৰাকী আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ বিশেষ সন্মান। এই ১৪০ গৰাকী আৰক্ষী বিষয়াৰ ভিতৰত স্থান লাভ কৰিছে অসমৰ ৪ গৰাকীকৈ আৰক্ষী বিষয়াই।

অসম আৰক্ষীৰ ৪ বিষয়ালৈ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰীৰ মেডেল। আৰক্ষী উপ আয়ুক্ত সুৰজিৎ সিং পানেছাৰ, আৰক্ষী পৰিদৰ্শক দুৰ্গাকিংকৰ কুমাৰ, আৰক্ষী পৰদিৰ্শক আৰিফুল হক আৰু উপ-পৰদিৰ্শক এম থাদৈ সিংহলৈ এই সন্মান। ২০২৩ বৰ্ষত উৎকৃষ্ট মানৰ তদন্তৰ বাবে মেডেল ৪ আৰক্ষীৰ বিষয়ালৈ।

AssamAssam PoliceAssamese NewsDaily time axomGuwahatiIndia