নিউজ ডেস্ক, ১২ আগষ্টঃ আজি বিশ্ব হস্তী দিৱস৷ বিশ্বত হাতীৰ সুৰক্ষা আৰু হাতী মানুহৰ সংঘাত দুৰীকৰণৰ বাবে ২০১২ চনৰ পৰাই প্ৰতিবছৰে উদযাপন কৰি আহিছে বিশ্ব হাতী দিৱস৷
হাতীৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে সমগ্ৰ বিশ্বতে আজিৰ দিনটো হস্তী দিৱস হিচাপে উদযাপন কৰা হয় ৷ হস্তী দিৱসৰ এই বৰ্ষৰ থিম হিচাপে লোৱা হৈছে “Safeguarding Elephant Habitats For a Sustainable Tomorrow” ৷
বৰ্তমান হাতী আৰু মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিলেও অতীজৰে পৰা হাতী–মানুহৰ মাজত আছে এক মধূৰ সম্পৰ্ক৷
Comments are closed, but trackbacks and pingbacks are open.