Daily Time Axom

নলবাৰীত বিজেপিৰ বিশাল ত্ৰিৰংগা যাত্ৰা

0 42

“মোৰ মাটি মোৰ দেশ” শীৰ্ষক অনুষ্ঠানৰ লগত বাইক ৰেলী।

নলবাৰীত ভাৰতীয় জনতা পাৰ্টী যুৱ মৰ্চাৰ উদ্যোগত বিশাল ত্ৰিৰংগা যাত্ৰা অনুষ্ঠানৰ অনুষ্ঠিত কৰা হয়। নলবাৰী গৰ্ডণ খেল পথাৰ প্ৰাংগণৰ পৰা প্ৰায় তিনিশ মটৰ চাইকলৰে চহৰৰ মাজেৰে “ত্ৰিৰংগা যাত্ৰা” আৰম্ভ কৰে। ত্ৰিৰংগা যাত্ৰা”ৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নলবাৰী জিলা বিজেপি সভাপতি ডাঃ মৃগাংক তালুকদাৰে।।”মোৰ মাটি,মোৰ দেশ” কাৰ্যসূচীৰ লগত সংগতি ৰাখি আৰম্ভ হয় এই যাত্ৰা।উক্ত মটৰ ৰেলীৰ পূৰ্বে বিশাল ত্ৰিৰংগাৰে পদ যাত্ৰা কৰা হয়।

Leave A Reply

Your email address will not be published.