Daily Time Axom

স্বাধীনতা দিৱস উপলক্ষে অসমৰ কেইবাগৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় চৰকাৰৰ বঁটা

43

নিউজ ডেস্ক, ১৪ আগষ্টঃ স্বাধীনতা দিৱস উপলক্ষে অসম আৰক্ষীৰ ৮জন বিষয়া-কনিষ্টবললৈ সাহসিকতাৰ বঁটা। ৮গৰাকী বিষয়া-কনিষ্টবললৈ আৰক্ষীৰ সাহসিকতা বঁটা কেন্দ্ৰীয় চৰকাৰৰ। DSP প্ৰকাশ মেধি, Addl.SP প্ৰকাশ সোণোৱাললৈ এই বঁটা। SI লাটুক দাস, ৰিতুজ্যোতি নাথ, মৌবলিক ব্ৰহ্মলৈ সাহসিকতা বঁটা। কনিষ্টবল ছেমছন তাৰ’, জয়কিৰি তেৰণ, নৱজ্যোতি ৰয়লৈ সাহসিকতাৰ বঁটা।

ইপিনে অসম আৰক্ষীৰ ১৩গৰাকীলৈ উৎকৃষ্ট সেৱা বঁটা । বাক্সাৰ SP ৰাজেন সিং, ইন্সপেক্টৰ ৰূপজ্যোতি দত্তলৈ উৎকৃষ্ট সেৱা বঁটা । ইন্সপেক্টৰ দীপেন পাটৰ, SI ৰাজকুমাৰ সিং, কমলেশ্বৰ পাণ্ডেলৈ বঁটা। হাবিলদাৰ দেবেন চন্দ্ৰ বৰা, DSP সতীশ কুমাৰ, কনিষ্টবল ইন্দ্ৰ দাসলৈ বঁটা। হাবিলদাৰ ৰজনীকান্ত বৰ্মন, ASI মনোৰঞ্জন কটকী, কনিষ্টবল দিগন্ত বাগলাৰী। কনিষ্টবল নিৰলাবালা কছাৰী, ASI এইচ বিচৌ চন্দ্ৰ সিংহলৈ উৎকৃষ্ট সেৱা বঁটা।

Comments are closed, but trackbacks and pingbacks are open.