Daily Time Axom

ৰঙিয়াত ৰহস্যজনকভাৱে মাতৃ-কন্যাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ

42

নিউজ ডেস্ক, ১৪ আগষ্টঃ ৰঙিয়াত ৰহস্যজনকভাৱে মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ। শিৱ মন্দিৰৰ সমীপৰ এটা অট্টালিকাত উদ্ধাৰ মৃতদেহ দুটা। সম্পূৰ্ণৰূপে উৱলি যোৱা মৃতদেহ দুটা কণিকা আগৰৱাল আৰু পিনু আগৰৱাল বুলি চিনাক্ত কৰা হৈছে।

বৰ্তমানেও সন্ধান নাই কণিকাৰ পিতৃ প্রবীণ আগৰৱালাৰ। পুৱা স্থানীয় লোকে প্রত্যক্ষ কৰিছিল প্রবীণ আগৰৱালাক। কিন্তু তাৰপাছৰ পৰা সন্ধানহীন হৈ আছে লোকজন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্তৰ। এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে।

Comments are closed, but trackbacks and pingbacks are open.