Daily Time Axom

আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস

37

নিউজ ডেস্ক, ১৫ আগষ্টঃ আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস। দেশৰ লগতে ৰাজ্যৰ সকলো প্ৰান্ততেই স্বাধীনতা দিৱস পালন কৰা হৈছে। এই উপলক্ষে দেশৰ প্ৰতিটো প্ৰান্ততে ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত পতাকা উত্তোলন কৰিছে।

অসমতো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।একেদৰে অসমৰ বিভিন্ন জিলাত মন্ত্ৰীসভাৰ সদস্যসকলে পতাকা উত্তোলন কৰিব।

Comments are closed, but trackbacks and pingbacks are open.