নিউজ ডেস্ক, ১৭ আগষ্টঃ মহানগৰীৰ বৰাগাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰ।উৰণ সেতুৰ ওপৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহটো। মৃতদেহটো ই-ৰিক্সা চালক দিপু নামৰ লোকজনৰ বুলি চিনাক্ত কৰিছে স্থানীয়লোকে।
উল্লেখ্য যে, মৃতদেহটোত আঘাতৰ স্পষ্ট দাগ পোৱা গৈছে। যাৰ বাবে এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰিছে একাংশই। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে গড়চুক আৰক্ষী। তদন্তৰ পাছতহে পোহৰলৈ আহিব মৃত্য়ুৰ প্ৰকৃত কাৰণ।
Comments are closed, but trackbacks and pingbacks are open.