নিউজ ডেস্ক, ১৮ আগষ্টঃ কেৰেলাৰ এখন শ্বপিং মলত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। বোৰ্খা পিন্ধি মহিলাৰ প্ৰস্ৰাৱগাৰত প্ৰৱেশ এজন যুৱকৰ। মহিলাৰ প্ৰস্ৰাৱগাৰত প্ৰৱেশ কৰি যুৱকজনে গোপনে ল’লে মহিলাৰ ভিডিঅ’। ভিডিঅ’ লোৱাৰ সময়তে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। IT কোম্পানীত কৰ্মৰত আছিল অভিমন্য নামৰ যুৱকজন।যুৱকজনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মোবাইলসহ কেমেৰা। স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে প্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিমন্যু নামৰ যুৱকজনক।