Daily Time Axom

বিশিষ্ট শিক্ষাবিদ দেৱেন দত্তৰ মৃত্যুৰ ঘটনাৰ অন্য মোৰ, সময়মতে ৰক্ত নোপোৱাৰ বাবে মৃত্যুৰ অভিযোগ

34

নিউজ ডেস্ক, ১৮ আগষ্টঃ বিশিষ্ট শিক্ষাবিদ দেৱেন দত্তৰ মৃত্যুৰ ঘটনাৰ অন্য মোৰ৷ সময়মতে ৰক্ত নোপোৱাৰ বাবে মৃত্যুৰ অভিযোগ৷ এবটল তেজৰ অভাৱত দেৱেন দত্তৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে তেওঁৰ কেয়াৰ টেকাৰে।

দেৱেন দত্তৰ কেয়াৰ টেকাৰগৰাকীয়ে জানিবলৈ দিয়া মতে, নিশা ব্লাড বেংকত তেজ বিচাৰি হাহাকাৰ কৰিছিল কেয়াৰ টেকাৰজনে। এটা ইউনিট জমা দিয়াৰ পিছতো নাপালে প্ৰয়োজনীয় তেজ। বৃহস্পতিবাৰে দিনতো তেজ বিচাৰিছিল চিকিৎসকে। কিন্তু নিশা ৯ বজাতহে দেৱেন দত্তক দিবলৈ পালে তেজ। ১২ ঘণ্টাৰ পিছত তেজ পালে যদিও কামত নাহিল।

Comments are closed, but trackbacks and pingbacks are open.