আজি পদত্যাগ কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে Assam By dailytimeaxom Last updated Aug 18, 2023 35 Share নিউজ ডেস্ক, ১৮ আগষ্টঃ আজি পদত্যাগ কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে। মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰিব পদত্যাগ-পত্ৰ। জানিব পৰা মতে তেওঁ আজি দিনৰ ১ বজাত পদত্যাগ কৰিব। লগতে এৰিব কেবিনেটৰ মৰ্যদাও। অৱশ্যে এতিয়াও এই কথাৰ কোনো স্পষ্টতা নাই। AssamAssamese NewsbjpDaily time axomGuwahatiIndiapoliticsRajen Gohain 35 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail
Comments are closed, but trackbacks and pingbacks are open.