বিশিষ্ট শিক্ষাবিদ, কটন কলেজৰ প্ৰাক্তন অধ্যাপক দেৱেন দত্তৰ দেহাৱসান

নিউজ ডেস্ক, ১৮ আগষ্টঃ বিশিষ্ট শিক্ষাবিদ, কটন কলেজৰ প্ৰাক্তন অধ্যাপক দেৱেন দত্তৰ দেহাৱসান।নিশা ১২.১০ বজাত GMCHত শেষ নিশ্বাস ত্যাগ কৰে দেৱেন দত্তই। হৃদৰোগত আক্ৰান্ত হৈ ৮১ বছৰ বয়সত দেহাৱসান বিশিষ্ট শিক্ষাবিদগৰাকীৰ।

দেৱেন দত্ত কটন কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল। তেওঁ কটন কলেজৰ প্ৰাক্তন উপাধ্যক্ষও আছিল। তেওঁৰ মৃত্যুত সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পৰিছে।

AssamAssamese NewsDaily time axomDeben DuttaGuwahatiIndia