নিউজ ডেস্ক, ১৯ আগষ্টঃ লাডাখৰ কাৰ্গিল জিলাত ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত ৩ জন লোক নিহত হোৱাৰ উপৰিও প্ৰায় ১০ জন লোক আহত হৈছে।আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক।
শুকুৰবাৰে এখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰা স্ক্ৰেপ নমাই থকাৰ সয়মতে এখন স্ক্ৰেপৰ দোকানত এই বিস্ফোৰণ সংঘটিত হয়। ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।