Daily Time Axom

নুমলীগড়ৰ বিষ্ণুপুৰত ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সুনাম কঢ়িয়াই অনা প্ৰতিযোগিক সম্বৰ্ধনা

0 44

নুমলীগড়-তেলগৰম কাৰাটে এণ্ড স্পৰ্টচ একাডেমিৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰা কেইবাগৰাকীও প্ৰশিক্ষাৰ্থীয়ে অলপতে কলিকতাৰ নেতাজী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷

ইয়াৰে দহগৰাকী চেমনীয়া খেলুৱৈ কাৰাটে প্ৰতিযোগিতাৰ বিভিন্ন শাখাত সোন, ৰূপ আৰু ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হয়৷ এই সকল খেলুৱৈৰ সন্মানৰ অৰ্থে আজি বিষ্ণুপুৰ আদৰ্শ মহিলা সমিতিৰ কাৰ্যালয়ত এক বৰ্ণাঢ্য কাৰ্যসুচীৰে কেউগৰাকী পদক প্ৰাপ্ত প্ৰতিযোগিক সম্বৰ্ধনা জনায়৷।

Leave A Reply

Your email address will not be published.