নাজিৰাত জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু মহিলা তথা শিশু বিকাশ বিভাগ, অসম চৰকাৰৰ সহযোগত “বাটৰ নাট” প্ৰদৰ্শন

বাল্য বিবাহ, শিশু শ্ৰম আৰু শিশু সৰবৰাহৰ ওপৰত এই বাটৰ নাট

শিৱসাগৰ জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু মহিলা তথা শিশু বিকাশ বিভাগ, অসম চৰকাৰৰ সহযোগত “বাটৰ নাট” প্ৰদৰ্শন | আমগুৰি, দেওপানী চাৰিআলি আৰু নাজিৰা, গেলেকীত এই বাটৰ নাট প্ৰদৰ্শন কৰা হয় | বাল্য বিবাহ, শিশু শ্ৰম আৰু শিশু সৰবৰাহৰ ওপৰত এই বাটৰ নাট | এই নাটৰ যোগেদি বাল্য বিবাহ, শিশু শ্ৰম আৰু শিশু সৰবৰাহৰ দৰে গুৰুত্বৰ অপৰাধ সমূহৰ বিষয়ে ৰাইজক সজাগ, সচেতন কৰাৰ এক প্ৰয়াস কৰা হৈছে |

AssamDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment