Daily Time Axom

আজি মুকলি কৰা হ’ব উত্তৰ-পূবৰ দীৰ্ঘতম সেতু মালিগাঁও উৰণ সেতু

32

নিউজ ডেস্ক, ৩০ আগষ্টঃ আজি মুকলি কৰা হ’ব উত্তৰ-পূবৰ দীৰ্ঘতম সেতু মালিগাঁও উৰণ সেতু। আবেলি ৪.৩০ বজাত মুকলি কৰা হ’ব সেতুখন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব সেতুখন।

মালিগাঁৱৰ উৰণীয়া সেতুৰ কাম যোৱা ২ বছৰ ৪ মাহ ধৰি চলি আছিল। এই সেতুখনৰ দৈৰ্ঘ ২.৬ কিলোমিটাৰৰ। সেতুখন ৰামধেনু আকৃতিৰ নিৰ্মাণ কৰা হৈছে।

Comments are closed, but trackbacks and pingbacks are open.