Daily Time Axom

আজিৰে পৰা দুদিনীয়াকৈ বিৰোধী I.N.D.I.A.ৰ বৈঠক

42

নিউজ ডেস্ক, ৩১ আগষ্টঃ আজিৰে পৰা দুদিনীয়াকৈ বিৰোধী I.N.D.I.A.ৰ বৈঠক। মুম্বাইৰ গ্ৰেণ্ড হায়াটত সমবেত হ’ব বিৰোধী নেতাসকল।ইতিমধ্যে মুম্বাইত অনুষ্ঠিত এই বৈঠকৰ বাবে দেশৰ আগশাৰীৰ বিৰোধীৰ নেতাসকল আহি উপস্থিত হৈছে।

আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিৰোধ কৰাৰ বাবে আজিৰে পৰা চলিব এই বৈঠক। লগতে আজিৰ বৈঠকতে মুকলি কৰা হ’ব I.N.D.I.A.ৰ প্ৰতীক চিহ্ন।

Comments are closed, but trackbacks and pingbacks are open.