দুদিনৰ বাবে মহানগৰীত বন্ধ থাকিব পানী যোগানঃ GMCৰ ঘোষণা

নিউজ ডেস্ক, ১ চেপ্তেম্বৰঃ দুদিনৰ বাবে মহানগৰীত বন্ধ থাকিব পানী যোগান। দুদিনৰ বাবে মহানগৰীৰ কেইবাটাও প্ৰান্তত বন্ধ থাকিব পানী যোগান। পাইপ মেৰামতিৰ বাবে পানী যোগান বন্ধৰ ঘোষণা GMCৰ।

GMCএ এক প্ৰেছ বিজ্ঞপ্তিযোগে জনায় যে, গুৱাহাটী পৌৰ নিগমৰ পানী যোগানৰ উপভোক্তাসকলৰ বাবে দুদিনকৈ অৰ্থাৎ ১ৰ পৰা ২ ছেপ্টেম্বৰৰ ভিতৰত পানী যোগান ব্যাহত হ’ব।

ছাত্ৰীবাৰী, পল্টন বজাৰ, ৰিহাবাৰী, কছাৰীবস্তি, বি বৰুৱা ৰোড, উলুবাৰী, গান্ধীবস্তি, ভঙাগড়, ৰাজগড়ত, পূব শৰণীয়া, দক্ষিণ শৰণীয়া, লাচিত নগৰত বন্ধ থাকিব পানী যোগান।

AssamAssamese NewsDaily time axomGMCGuwahatiIndiaWater Supply