হৃদৰোগত আক্ৰান্ত হৈ চেন্নাইত আকস্মিক মৃত্যু ISROৰ বিজ্ঞানী এন ৱালাৰমাথিৰ

নিউজ ডেস্ক, ৪ চেপ্তেম্বৰঃ ISROৰ বিজ্ঞানী এন ৱালাৰমাথিৰ দেহাৱসান। চন্দ্ৰযান-৩ উৎক্ষেপণৰ কাউণ্টডাউনৰ কণ্ঠস্বৰ আছিল এন ৱালাৰমাথিৰ।হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ চেন্নাইত আকস্মিক মৃত্যু হয় বিজ্ঞানীগৰাকীৰ।

ৰকেট উৎক্ষেপণৰ কাউণ্টডাউনৰ কণ্ঠস্বৰৰ বাবেও বিশেষভাৱে পৰিচিত আছিল তামিলনাডুৰ অৰিয়ালুৰৰ বাসিন্দা এন ৱালাৰমাথিৰ।

ছ’চিয়েল মিডিয়াতো ISROৰ বিজ্ঞানী এন ৱালাৰমাথিৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনাই সকলোৱে শোক প্ৰকাশ কৰে।

Assamese NewsDaily time axomDeathIndiaISRON ValarmathiScientistTamilnadu