নিউজ ডেস্ক, ৪ চেপ্তেম্বৰঃ বজালীৰ তদানীন্তন SP সিদ্ধাৰ্থ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ। জেৰাৰ অন্তত CIDয়ে গ্ৰেপ্তাৰ কৰিলে সিদ্ধাৰ্থ বুঢ়াগোহাঁইক।
উল্লেখ্য যে, ব্যৱসায়ীৰ পৰা ধনদাবীৰ গোচৰত গ্ৰেপ্তাৰ হয় আৰক্ষী বিষয়াগৰাকী। বজালী কাণ্ড সন্দৰ্ভত এইপৰ্যন্ত ৯জনক গ্ৰেপ্তাৰ কৰা হৈছে। তিনিদিনৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় SP সিদ্ধাৰ্থ বুঢ়াগোহাঁইক।