আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি

নিউজ ডেস্ক, ৪ আগষ্টঃআজি মহাপুৰুষ মাধৱদেৱৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি।আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হ’ব মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ নামঘৰ, সত্ৰবোৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে।

১৪৮৯ চনত লক্ষীমপুৰৰ নাৰায়ণপুৰত জন্মগ্ৰহণ কৰিছিল। গোবিন্দগিৰি আৰু মনোৰমা আইৰ ঔৰসত জন্মগ্ৰহণ কৰি ১৫৯৬ চনত কোচবিহাৰত ইহলীলা সম্বৰন কৰে। বাৰকুৰি বৰগীতৰ স্ৰষ্টা মহাপুৰুষ মাধৱদেৱৰ অসমীয়া সমাজ জীৱনলৈ অৱদান অপৰিসীম।

AssamAssamese NewsBirthAnniversaryDaily time axomGuwahatiIndiaMadhavdev