কাৰাবন্দী ছু কি অসুস্থ

সামৰিক অভ্যুত্থানত উৎখাত হোৱাৰ পিছত গৃহবন্দী হৈ থকা ম্যানমাৰৰ গণতন্ত্ৰ সমৰ্থক নেত্ৰী আং ছান ছু কি অসুস্থ হৈ পৰিছে। গৃহবন্দী হৈ থকাৰ সময়ত তেওঁৰ অসুস্থ অনুভৱ হ’লেও তেওঁক বাহিৰৰ চিকিৎসকৰ ওচৰলৈ যোৱাৰ অনুৰোধ নাকচ কৰিছে।

ম্যানমাৰৰ পদচ্যুত নেতা আং ছান ছু কীয়ে ‘জনসাধাৰণৰ অশান্তি উচটনি দিয়া’ আৰু ‘ক’ভিড-১৯ উলংঘা কৰা বাবে চাৰি বছৰৰ কাৰাদণ্ড বিহিছিল যদিও শেহতীয়াকৈ দুবছৰ হ্ৰাস কৰা হৈছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment