Daily Time Axom

আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী

54

নিউজ ডেস্ক, ৬ চেপ্তেম্বৰঃ আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। সমগ্ৰ ৰাজ্যতে পালন কৰিছে জন্মাষ্টমী।কৃষ্ণ বন্দনাৰে পুৱাৰে পৰা মুখৰিত হৈ পৰিছে সত্ৰ-নামঘৰসমূহ।

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যজুৰি জন্মাষ্টমীক লৈ ব্যাপক প্রস্তুতি দেখিবলৈ পোৱা গৈছে। নামঘৰসমূহ নাম-প্ৰসঙ্গৰে মুখৰিত হৈ পৰিছে। আনহাতে শ্রীশ্রীকৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষে নিশালৈ ৰাজ্যৰ প্ৰতিটো নামঘৰ প্ৰাংগন মুখৰিত হ’ব হৰি নামৰ ধ্বনিত।

Comments are closed, but trackbacks and pingbacks are open.