Daily Time Axom

কাকপথাৰৰ বৰডিৰাপ তিনিআলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা; মহিলাসহ নিহত ৯ জন লোক, আহত ১১জন

41

নিউজ ডেস্ক, ৬ চেপ্তেম্বৰঃ নিশা কাকপথাৰৰ বৰডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত ৭ জন, গুৰুতৰভাৱে আহত ১২জনকৈ লোক। আহত লোককেইজন সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ AMCHত চিকিৎসাধীন হৈ আছে। ইয়াৰে ৪গৰাকীক ICUত ভৰ্তি কৰোৱা হৈছে।

টাটা মেজিক আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। ডুমডুমাৰ সাপ্তাহিক বজাৰৰ পৰা ঘৰলৈ যোৱাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাক কেন্দ্র কৰি অঞ্চলটোত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতি।ট্ৰাকখনৰ চালকক ইতিমধ্যে আটক কৰিছে কাকপথাৰ আৰক্ষীয়ে।

Comments are closed, but trackbacks and pingbacks are open.