Daily Time Axom

ভয়ংকৰ দুৰ্ঘটনাত আইতা নাতিনীসহ প্ৰাণ গ’ল ৮ জনৰ

55

নিউজ ডেস্ক, ৮ চেপ্তেম্বৰঃ হিমাচল প্ৰদেশৰ চাম্বা জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত আইতা–নাতিনীসহ তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন ৮জন লোক আহত হয় ।

গাড়ীখনত থকা সকলো লোক মন্দিৰৰ পৰা পূজা কৰি ঘৰলৈ উভতি আহিছিল। সেই সময়তে দুৰ্ঘটনাত পতিত হয় বাহনখন। চাম্বা আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰি চাম্বা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰায়।আহতসকলৰ ভিতৰত আছে চাৰিটা শিশু, তিনিগৰাকী মহিলা আৰু চালক। ঘটনাৰ পাছতে প্ৰশাসনৰ ফালৰ পৰা মৃতকৰ পৰিয়ালক ২৫ হাজাৰ টকাকৈ আৰু আহতসকলক ৫ হাজাৰ টকাকৈ সাহায্য ঘোষণা কৰিছে।

Comments are closed, but trackbacks and pingbacks are open.