নিউজ ডেস্ক, ১১ চেপ্তেম্বৰঃ যোৰাবাটত প্ৰায় ২১ কোটি টকাৰ নিষিদ্ধ হেৰ’ইন জব্দ। ১৯৮টা চাবোনৰ বাকচভৰ্তি হেৰ’ইনসহ ৩ সৰবৰাহকাৰীক আটক। গাড়ীত গোপন চেম্বাৰ বনাই লুকুৱাই আনিছিল হেৰ’ইনখিনি। মধ্য আৰু পূব গুৱাহাটী আৰক্ষীৰ অভিযানত জব্দ।
NL 01 CA 1197 নম্বৰৰ এখন বিলাসী হুণ্ডাই ক্ৰেটা বাহনেৰে মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আনিছিল হেৰ’ইনখিনি। আটকাধীন সৰবৰাহকাৰীকেইটা আমিৰ খান, মহম্মদ ইয়াকুব আৰু মহম্মদ জামিৰ।