পৃথিৱীৰ আটাইতকৈ ডাঠ আৰু ডাঙৰ ওঁঠ কাৰ ! ২৫ বছৰীয়া যুৱতী আন্দ্ৰেয়া ইভানোভাই দাবী কৰিছে যে তেওঁ এই উপনামৰ সঠিক মালিক। তেওঁক অস্ত্ৰোপচাৰ কৰি ওঁঠ দুটা ইমান ডাঠ আৰু ডাঙৰ কৰি তোলা হৈছে যে কোনখন মুখ আৰু কোন ওঁঠ ধৰিব পৰাটো টান। এই ওঁঠৰ নামত তেওঁ ১৬০০ পাউণ্ড খৰচ কৰিছে। সেইবাবেই তেওঁ ভাবে যে তেওঁৰ ওঁঠ দুটা পৃথিৱীৰ আটাইতকৈ ডাঠ আৰু ডাঙৰ।