Daily Time Axom

যোৰাবাটত মহানগৰ আৰক্ষী আৰু STFৰ যৌথ অভিযানত জব্দ ৫১৮.৮ গ্ৰাম সোণ

78

নিউজ ডেস্ক, ১৪ চেপ্তেম্বৰঃ মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা। বৃহস্পতিবাৰে পুৱা যোৰাবাটত মহানগৰ আৰক্ষী আৰু STFৰ যৌথ অভিযানত জব্দ ৫১৮.৮ গ্ৰাম সোণ ।মেঘালয়ৰ পৰা ৰাজস্থানলৈ সৰবৰাহ কৰিছিল সোণখিনি।

ঘটনা সন্দৰ্ভত ৪ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। আটকাধীন লোককেইজন মেঘালয়ৰ বীৰু সিং, মহম্মদ ইউছুফক আৰু ৰাজস্থানৰ ইনায়েট আলী আৰু জন্নত বেগম।

Comments are closed, but trackbacks and pingbacks are open.