Daily Time Axom

গোলাঘাটত অঘটন, খাদ্যত বিষক্রিয়া হৈ শিশুসহ ১০গৰাকী অসুস্থ

40

নিউজ ডেস্ক, ১৬ চেপ্তেম্বৰঃ গোলাঘাটত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ শিশুসহ ১০জনকৈ লোক৷ আদ্যশ্ৰাদ্ধৰ থাকি যোৱা খাদ্য খোৱাৰ পাছতে হয় অসুস্থ হৈ পৰে লোককেইজন।

গোলাঘাটৰ শালিকীহাটৰ বকতিয়ালত সংঘটাত হৈছে এই অঘটন। খাদ্যত বিষক্রিয়া হৈ শিশুসহ ১০গৰাকী লোক অসুস্থ হৈ পৰে। জানিব পৰা মতে, আদ্যশ্রাদ্ধৰ জলপান খাই শৌচ-বমিত আক্রান্ত হয় লোকসকল। অসুস্থসকলক শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Comments are closed, but trackbacks and pingbacks are open.