আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

নিউজ ডেস্ক, ১৬ চেপ্তেম্বৰঃ আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। আজি মহাপুৰুষজনাৰ ৫৫৫ সংখ্যক তিৰোভাৱ তিথি৷

পুৱাৰে পৰা নাম-প্ৰসংগ, হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰ, নামঘৰসমূহৰ লগতে জন্মস্থান বৰদোৱাৰ আলিপুখুৰী। ভক্তিৰসত বুৰ গৈছে সমগ্ৰ ৰাজ্যৰ সত্ৰ-নামঘৰ। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হোৱা সত্ৰ-নামঘৰসমূহত ভক্তপ্ৰাণ ৰাইজে বৰগীত গাই,শৰাই-নাম-প্ৰংসংগৰে গুৰুজনালৈ জনাইছে প্ৰণিপাত।

AssamAssamese NewsDaily time axomGuwahatiIndiaSrimanta Sankardev