নিউজ ডেস্ক, ১৯ চেপ্তেম্বৰঃ আজি CM ভিজিলেন্সৰ সন্মুখত হাজিৰ হ’ব লাগিব প্ৰাক্তন সাংসদ ৰাণী নৰহ৷ সোমবাৰে প্ৰাক্তন সাংসদগৰাকীলৈ CM ভিজিলেন্সে প্ৰেৰণ কৰিছিল চমন৷
সাংসদগৰাকীৰ বিৰুদ্ধে আছে সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ অভিযোগ।২০১৩-১৪ চনৰ সাংসদ পুঁজিত কেলেংকাৰীৰ অভিযোগ।যোৰহাট জিলাত হেণ্ড টিউৱেল বহুওৱাৰ নামত কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে।
Comments are closed, but trackbacks and pingbacks are open.